YouVersion Logo
Search Icon

মাৰ্ক 1:17-18

মাৰ্ক 1:17-18 IRVASM

তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”। তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।