যাত্ৰা 20:2-3
যাত্ৰা 20:2-3 IRVASM
“মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই। মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।