YouVersion Logo
Search Icon

দানি 5:25-28

দানি 5:25-28 IRVASM

লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।” কথাখিনিৰ অৰ্থ এই: মিনে, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি, তাৰ অন্ত কৰিলে; তিকেল, আপোনাক তুলাচনীত জোখা হ’ল, আৰু কম পোৱা গ’ল; পিৰেচ, আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীসকলক দিয়া হৈছে।”